শৱশৱদাহ

শৱসৎকাৰ (Assamese) [ Roman: xo.bo.xot.kar]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-22
1. (Abstract Noun) a funeral at which the dead body of person is burnt. কোনো ব্যক্তিৰ মৃতদেহ দাহ কৰা বা খৰি দিয়া পৰ্ব৷

শৱ সৎকাৰ (Assamese) [ Roman: xo.wo xot.kar]
Contributed by: Partha P Sarmah on 2008-05-08
2. (Abstract Noun) a religious, ceremonial process of burning(cremating)or burying a dead person. মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷